ETV Bharat / state

কোকৰাঝাৰত বনৰৌ উদ্ধাৰ

author img

By

Published : Jun 13, 2019, 8:04 AM IST

কোকৰাঝাৰত বনৰৌ(Pangolin) উদ্ধাৰ

কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 7 কি.এম. নিলগত থকা ভোটগাঁও অঞ্চলত এটা বনৰীয়া বনৰৌক লৈ ৰাতিপুৱাৰ পৰা হোৱা দুৱা। এটা প্ৰায় ডেৰ কি.জি. মান ওজনৰ বনৰীয়া বনৰৌটো চেৰ আলি নামৰ ব্যক্তি এজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।

কোকৰাঝাৰ, 12 জুন: কোকৰাঝাৰ ভোটগাঁওত বনৰৌ(Pangolin) উদ্ধাৰ। কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 7 কি.এম. নিলগত থকা ভোটগাঁও অঞ্চলত এটা বনৰীয়া বনৰৌক লৈ ৰাতিপুৱাৰ পৰা হোৱা দুৱা। এটা প্ৰায় ডেৰ কি.জি. মান ওজনৰ বনৰীয়া বনৰৌটো চেৰ আলি নামৰ ব্যক্তি এজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। প্ৰথমত ঘৰৰ পৰিয়ালে কোনেও নাজানিছিল জন্তুটো কি প্ৰজাতিৰ হয় পিছত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি বনৰৌটো চিনাক্ত কৰে ৷

কোকৰাঝাৰত বনৰৌ(Pangolin) উদ্ধাৰ

লগতে পঢ়ক: ইটিভি ভাৰতত AN-32ৰ উদ্ধাৰ অভিযানৰ সবিশেষঃ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙৰ ভাষ্য

প্ৰায় তিনি ঘণ্টাৰ পিছত বনবিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনৰৌটো। পিচত বনবিভাগে কোকৰাঝাৰত থকা বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্যালয় লৈ লৈ গৈ স্বাস্থ পৰিক্ষা কৰি বনৰৌটো চক্ৰশিলা অভয়াৰণ্যত এৰি দিয়ে।

Intro:কোকৰাঝাৰ ভোটগাঁওত বনৰৌ(Pangolin) উদ্ধাৰ।

কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 7 কি.এম. নিলগত থকা ভোটগাঁও অঞ্চলত এটা বনৰীয়া বনৰৌ ক লৈ ৰাতিপুৱাৰ পৰা হোৱা দুৱা। এটা প্ৰায় ডেৰ কি.জি. মানৰ বনৰীয়া বনৰৌটো চেৰ আলি নামৰ ব্যক্তি এজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল। তাকে চাব ৰাজ্যৰ ভিৰ।




Body:প্ৰথমত ঘৰৰ পৰিয়ালে কোনেও নাজানিছিল কি জন্ত, বন বিভাগক জনোৱা হল আহি চিনাক্ত কৰিল বনৰৌ বলি। বনবিভাগৰ কৰ্মচাৰী উদ্ধাৰ অভিযানত লাগিল। ঘৰৰ ভিতৰত থকা প্ৰকান্ত গোহাৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা। প্ৰায় তিনি ঘণ্টাৰ পিছত বনবিভাগে উদ্ধাৰ কৰিবলৈ হয়সম হয়। তাৰ পিছতে হেতা হেপেৰা লাগিল চোৱাৰ বাবে।


Conclusion:বনবিভাগে কোকৰাঝাৰত থকা বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্যালয়ত লৈ আনি ছাষ্ঠীয় পৰিষা কৰি চক্ৰ চিলা অভয়াৰণ্য এৰি দিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.