ETV Bharat / state

আত্মসংস্থাপনঃ কাঠফুলা খেতিৰে কৃষি বিপ্লৱ

author img

By

Published : Jul 3, 2019, 2:59 PM IST

কাঠফুলাৰ খেতিৰ জৰিয়তে উজ্জ্বল সূত্ৰধৰে বিছাৰি উলিয়াইছে স্বাৱলম্বিতাৰ এক নতুন পথ ৷

আত্মসংস্থাপনঃ কাঠফুলা খেতিৰে কৃষি বিপ্লব

কাঠফুলাৰ খেতিৰে আৰম্ভ আত্মসংস্থাপনৰ বিপ্লব ৷ কাঠফুলা খেতিৰ সকলো পদ্ধতি শিকি লৈ এতিয়া দোপতদোপে আগবাঢ়িছে উজ্জ্বল সূত্ৰধৰ নামৰ কোকৰাঝাৰৰ এগৰাকী কৃষক৷ সবিশেষ এই প্ৰতিবেদনত..

আত্মসংস্থাপনঃ কাঠফুলা খেতিৰে কৃষি বিপ্লব
Intro:কাঠফুলাৰ খেতিৰে স্বাৱলম্বী কোকৰাঝাৰৰ এটি পৰিয়াল আৰু এগৰাকী বিশেষ ব্যক্তি৷ যিটো পৰিয়ালৰ বিশেষ এগৰাকী ব্যক্তিয়ে আজি কাঠফুলাৰ খেতিৰে সম্পূৰ্ণভাৱে ভোৰণ-পোষণ দি আহিছে নিজ পৰিয়ালক৷Body:কোকৰাঝাৰ জিলাৰ অন্তৰ্গত উত্তৰ ময়নাগুড়ী গাঁৱৰ উজ্জ্বল সূত্ৰধৰ নামৰ বিশেষ ব্যক্তিগৰাকীয়ে আজি ৮-১০ বছৰৰ পৰাই উন্নত পদ্ধতিৰে কাঠফুলাৰ খেতি কৰি বাচি লবলৈ সক্ষম হৈছে স্বনিয়োজনৰ পথ৷ উজ্জ্বল সূত্ৰধৰ নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালে আজি এই খেতিৰ জৰিয়তে দৈনিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে দুইৰ পৰা তিনি হেজাৰকৈ টকা৷Conclusion:উজ্জ্বল সূত্ৰধৰৰ জ্যেষ্ঠ ভাতৃ চিত্তৰঞ্জন সূত্ৰধৰৰ মতে তেওঁলোকৰ এই খেতিয়ে এতিয়া বজাৰতো লাভ কৰিছে যথেষ্ঠ সমাদৰ৷ কোকৰাঝাৰ, দোতমা আদি বজাৰত তেওঁলোকৰ দ্বাৰা উৎপাদিত ভিন্নজাতীয় এই কাঠফুলা এতিয়া বিক্ৰী হৈছে প্ৰতিকেজি ১০০ৰ পৰা ৬০০ টকা পৰ্যন্ত পাইকাৰী দৰত৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.