ETV Bharat / state

কৰিমগঞ্জত ছদ্মবেশী সাধুৱে কৌশলেৰে লুটিলে স্বৰ্ণলংকাৰ

author img

By

Published : Dec 17, 2020, 8:38 PM IST

karimganj women frouded
কৰিমগঞ্জত ছদ্মবেশী সাধুৱে কৌশলেৰে লুটিলে স্বৰ্ণলংকাৰ

এজন ছদ্মবেশী সাধুৱে এগৰাকী মহিলাক অমংগল হ‘ব বুলি কৈ ডিঙিত থকা অলংকাৰ খুলি দিবলৈ কৈ অতি কৌশলেৰে অলংকাৰখিনি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷

কৰিমগঞ্জ, 17 ডিচেম্বৰ : কৰিমগঞ্জত ত্ৰমাৎ বৃদ্ধি পাব ধৰিছে প্ৰৱঞ্চনাৰ ঘটনা ৷ তেনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ চহৰৰ মাজমজিয়াৰ এখন বিলাসী হোটেলত ৷ বৃহস্পতিবাৰে এজন ছদ্মবেশী সাধুৱে এগৰাকী মহিলাৰ পৰা কৌশলেৰে সোণৰ আ-অলংকাৰ লৈ উধাও হয় ৷

কৰিমগঞ্জত ছদ্মবেশী সাধুৱে কৌশলেৰে লুটিলে স্বৰ্ণলংকাৰ

জানিব পৰা মতে,ছদ্মবেশী সাধুজনে কৰিমগঞ্জৰ নক্ষত্ৰ হোটেলৰ সন্মুখৰ পৰা মহিলাগৰাকীক অমংগল হ‘ব বুলি কৈ ডিঙিত থকা অলংকাৰ খুলি দিবলৈ কৈ অতি কৌশলেৰে অলংকাৰখিনি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷ এই ঘটনাৰ খবৰ লাভ কৰি কৰিমগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অসমৰ যুৱকেই বাংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰিলে অসমৰে মেধাৱী ছাত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.