ETV Bharat / state

Fire in Karimganj : কৰিমগঞ্জৰ মদন মোহন ৰোডত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Nov 4, 2022, 1:59 PM IST

Devastating fire breaks out in Karimganj
কৰিমগঞ্জৰ মদন মোহন ৰোডত বিধ্বংসী অগ্নিকাণ্ড

কৰিমগঞ্জৰ মদন মোহন ৰোডত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out in Karimganj) ৷ গেছ চিলিণ্ডাৰ লিক হোৱাৰ ফলতে উক্ত অঘটনটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ৷

  • কৰিমগঞ্জত অঘটন
  • কৰিমগঞ্জৰ মদন মোহন ৰোডত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out in Karimganj)
  • তথ্য অনুসৰি, এখন চাহ দোকানৰ গেছ চিলিণ্ডাৰ লিক হোৱাৰ ফলতে সংঘটিত হয় এই অঘটনটো
  • অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে বৃহত্তৰ বজাৰ এলেকাটো
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ
    কৰিমগঞ্জৰ মদন মোহন ৰোডত বিধ্বংসী অগ্নিকাণ্ড
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.