ETV Bharat / state

বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা

author img

By

Published : May 24, 2020, 11:26 AM IST

বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা
বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা

বোকাজান আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষীৰ জালত অবৈধ অৰুণাচলী সুৰাৰ লগতে সুৰা সৰবৰাহকাৰী ৷ অৰুণাচলৰ পৰা নাগালেণ্ড অভিমুখে লৈ গৈছিল অবৈধ সুৰাখিনি ৷

ডিফু, 23 মে': বোকাজান মহকুমাৰ খটখটী থানাৰ নিয়মীয়া নাকা তালাচীত শনিবাৰে উদ্ধাৰ হয় 220 কাৰ্টুন অবৈধ অৰুণাচলী সুৰা । অবৈধ সুৰাখিনিৰ সৈতে আৰক্ষীয়ে আটক কৰিছে সুৰা সৰবৰাহকাৰীক ৷ উল্লেখ্য যে, অৰুণাচলৰ পৰা নাগালেণ্ড অভিমুখে গৈ থকা অৱস্থাত এখন ট্ৰাকত গোপনে সুৰাসমূহ লৈ যোৱাৰ চেষ্টা কৰিছিল সুৰা সৰবৰাহকাৰীয়ে ৷

বোকাজান আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অবৈধ সুৰা

উল্লেখ্য যে, শেহতীয়াকৈ বোকাজান মহকুমাৰ সদৰ বোকাজান আৰু খটখটী লাহৰিজান এলেকাত আৰক্ষীয়ে এই অবৈধ কাৰ্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: কেনেকৈ এটা পথ দুৰ্ঘটনা সলনি হ'ল আত্মহত্যালৈ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.