ETV Bharat / state

স্বয়ং সেৱক সংঘৰ কৰ'ণা প্ৰতিষেধক প্ৰদান

author img

By

Published : Jun 10, 2021, 10:55 PM IST

providing-covid-vaccine-to-rss
স্বয়ং সেৱক সংঘৰ কৰ'ণা প্ৰতিষেধক প্ৰদান

বুধবাৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ(RSS)ই উত্তৰ গুৱাহাটীৰ লেঙাত 45 উৰ্ধৰ লোকসকলক বিনামূলীয়াকৈ প্ৰদান কৰে কৰ'ণা প্ৰতিষেধক ৷ এই শিবিৰত প্ৰায় 200 জনৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।

কামৰূপ, 10জুন : ৰাজ্যক কৰ'ণামুক্ত কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনৰ লগতে ভিন্ন সংস্থাই হাতত লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ বুধবাৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ(RSS)ই উত্তৰ গুৱাহাটীৰ লেঙাত 45 উৰ্ধৰ লোকসকলক বিনামূলীয়াকৈ কৰ'ণা প্ৰতিষেধক প্ৰদান কৰে ৷

কামৰূপ জিলা প্ৰশাসন, উত্তৰ গুৱাহাটী নগৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিষেধক প্ৰদান শিবিৰত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয় প্ৰতিষেধক ৷ উল্লেখ্য যে, এই শিবিৰত প্ৰায় 200 জনৰো অধিক লোকক বিনামূলীয়াকৈ ক'ৰণা প্ৰতিষেধক প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.