ETV Bharat / state

ৰাণীত মুক্ত বিচৰণ হাতী পোৱালিৰ

author img

By

Published : Jul 9, 2019, 12:12 PM IST

গুৱাহাটী মহানগৰীৰ ৰাণীত মুক্ত ভাৱে বিচৰণ কৰে এটি হাতী পোৱালিয়ে। হাতী পোৱালিটো খেদি পঠিয়াবলৈ ৰাণীত উপস্থিত হয় বন বিভাগৰ দল

ৰাণীত মুক্ত বিচৰণ হাতী পোৱালিৰ

কামৰূপ,9জুলাই : মঙলবাৰে গুৱাহাটী মহানগৰীৰ ৰাণীত মুক্ত বিচৰণ এটা হাতী পোৱালিৰ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে হাতী পোৱালিটো। স্থানীয় লোকে হাতীটো প্ৰত্যক্ষ কৰাৰ লগে-লগে বন বিভাগক খবৰ দিয়ে। পিচত বনবিভাগৰ এটা দল ৰাণীত উপস্থিত হৈ হাতী পোৱালিটোক খেদিবলৈ চেষ্টা কৰে যদিও প্ৰতিকূল বতৰৰ বাবে হাতীটো খেদি পঠিওৱাত বাধাৰ সন্মুখীন হয়।

ৰাণীত মুক্ত বিচৰণ হাতী পোৱালিৰ
Intro:মহানগৰীৰ সমীপৰ ৰাণীত হাতীৰ মুক্ত বিচৰন ।Body:Ocvo..খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বনৰজা । বনাঞ্চলত খাদ্যৰ নাটনিৰ ফলত এনদৰে প্ৰায় নিতৌ ৰাণী আৰু দাতীকাষৰীয়া অঞ্চলসমুহলৈ নামি আহে বন্যহস্তী । আজিও পুৱাৰ ভাগতে ৰাণীৰ কপিলিৰ সমীপৰ শ্লুইচ গেটত এটি হাতীৰ পোৱালি স্থানীয় লোকে প্ৰত্যক্ষ কৰে । হাতীটো প্ৰত্যক্ষ কৰিয়ে স্থানীয় লোকে বনবিভাগক খৱৰ দিয়াত বনবিভাগ উপস্থিত হয় যদিও প্ৰতিকুল বতৰৰ বাবে হাতীটো খেদি পঠিওৱাত বাধাৰ সন্মুখীন হয় । Conclusion:স্থানীয় লোকৰ সন্দেহ হাতীৰ পোৱালিটো কোনোৱা এটা জাকৰ পৰা বিচৰিত হয় এনেদৰে বিচৰন কৰি আছে ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.