ETV Bharat / state

আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত দুৰ্গা পূজা সমিতিৰ বৈঠক

author img

By

Published : Sep 12, 2019, 4:32 PM IST

আগন্তুক দুৰ্গা পূজাৰ নিৰাপত্তা আৰক্ষী জিলা প্ৰশাসনৰ আৰু পূজা সমিতি সন্দৰ্ভত আলোচনা কৰা এই বৈঠকত । কামৰূপ জিলাৰ আটাইকেইখন আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু পূজা সমিতিৰ লোক উপস্থিত থাকে বৈঠকত ৷

আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত দুৰ্গা পূজা সমিতিৰ বৈঠক

কামৰূপ, 12 চেপ্তেম্বৰঃ বৃহস্পতিবাৰে কামৰূপৰ আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত আৰক্ষী জিলা প্ৰশাসন আৰু দুৰ্গা পূজা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক । আগন্তুক দুৰ্গা পূজাৰ নিৰাপত্তা আৰক্ষী জিলা প্ৰশাসনৰ আৰু পূজা সমিতি সন্দৰ্ভত আলোচনা কৰা এই বৈঠকত । কামৰূপ জিলাৰ আটাইকেইখন আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু পূজা সমিতিৰ লোক উপস্থিত থাকে বৈঠকত । পূজাৰ সময়ত যাতে কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি, আৰক্ষী বিষয়া সষ্টম থাকিবলৈ অনুৰোধ জনাই কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মাই ।

আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত দুৰ্গা পূজা সমিতিৰ বৈঠক

আনহাতে, উপায়ুক্ত কাৰ্যলয়ত অনুষ্ঠিত হোৱা বৈঠকত পূজা কমিটি সকলো নীতি নিয়ম বান্ধি দিয়ে । প্ৰতিখন পূজাস্থলীত চি চি কেমেৰা সংস্থাপন, পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰা লগতে পূজাস্থলীৰ বিপনী সমূহত ধূমপান আৰু ধপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱন বিক্ৰীৰ ওপৰতো বাধা আৰোপ কৰে । তাৰোপৰি পূজাৰ সময়ছোৱাত 144 ধাৰা অব্যাহত থাকিব ।

Intro:বৃহস্পতিবাৰে কামৰূপ জিলাৰ আমিনগাঁওৰ উপায়ুক্ত কাৰ্যলয়ত অনুষ্ঠিত হয় আৰক্ষী জিলা প্ৰশাসন আৰু দুৰ্গা পূজা সমিতিৰ সকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক।


Body:আগন্তুক দুৰ্গা পূজাৰ নিৰাপত্তা আৰক্ষী জিলা প্ৰশাসনৰ আৰু পূজা সমিতি সন্দৰ্ভত আলোচনা কৰা এই বৈঠকত।
কামৰূপ জিলাৰ আটাইকেইখন আৰক্ষী খানৰ আৰক্ষী বিষয়া আৰু পূজা সমিতিৰ লোক উপস্থিত থাকে এই বৈঠকত।পূজাৰ সময়ত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হব নালাগে।এই ক্ষেত্ৰত সকলো পুজা সমিতি আৰক্ষী বিষয়া সষ্টম থাকিবলৈ অনুৰোধ জনায় কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মাই।


Conclusion:আনহাতে উপায়ুক্ত কাৰ্যলয়ত অনুষ্ঠিত হোৱা বৈঠকত পূজা কমিটি সকলো নীতি নিয়ম বান্ধি দিয়ে।
প্ৰতিখন পূজাষ্টলীত চি চি কেমেৰা সংস্থাপন, পৰ্যন্ত স্বেচ্ছাসেৱক নিয়োগ কৰা লগতে এইবাৰ কামৰূপ জিলা প্ৰশাসনে বিষেয়কৈ পূজা স্থলীতৰ বিপনি সমূহত থাকিব নোৱাৰিব ধূমপান আৰু গুঠকা য়াতীয় সামগ্ৰী সেৱন বিক্ৰী কৰিব নোৱাৰিব । পূজাৰ সময়ছোৱাত ১৪৪ধাৰা অব্যাহত থাকিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.