ETV Bharat / state

আৰক্ষীৰ বাধাৰ বাবে অনুষ্ঠিত নহ’ল পৰেশ বৰুৱাৰ সংবাদমেল

author img

By

Published : Feb 21, 2021, 6:15 PM IST

Updated : Feb 21, 2021, 7:28 PM IST

PARESH BARUA VIRTUAL PRESS MEET
গুৱাহাটী প্ৰেছ ক্লাৱত পৰেশ বৰুৱাৰ সংবাদমেল

18:05 February 21

আলফাৰ সেনাধ্যক্ষ গৰাকীয়ে সন্ধিয়া 6.30 বজাত ভাৰ্চুৱেলী সংবাদমেল সম্বোধন কৰাৰ কথা প্ৰকাশৰ পাছতেই আৰক্ষীৰ এটা দল গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হয় ৷

নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰী : আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ হ’বলগীয়া সংবাদমেলত আৰক্ষীৰ বাধা ৷ আলফাৰ সেনাধ্যক্ষগৰাকীয়ে সন্ধিয়া 6.30 বজাত ভাৰ্চুৱেলী সংবাদমেল সম্বোধন কৰাৰ কথা প্ৰকাশৰ পাছতেই আৰক্ষীৰ এটা দল গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে পৰেশ বৰুৱাই ফোন কৰিবলগীয়া ম’বাইল নম্বৰৰ ফোনটো সংযোগহীন কৰে ৷ উল্লেখ্য যে, কুইপ’ৰ অপহৃত দুই বিষয়া সন্দৰ্ভত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক ভাৰ্চুৱেলী সংবাদমেলৰ আয়োজন কৰিছিল আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷

লগতে পঢ়ক : বোকাখাত সমষ্টিত বিজেপি-অগপৰ বৃহৎ প্ৰত্যাহ্বান হ'ব জিতেন গগৈ

Last Updated :Feb 21, 2021, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.