ETV Bharat / state

বকোত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

author img

By

Published : Mar 19, 2019, 11:24 AM IST

বকোত উদ্ধাৰ দুস্প্ৰাপ্য বনৰৌ

ৱাইল্ড লাইফ ক্ৰাইম ব্যুৰ'ই অভিযান চলাই এই বনৰৌটো উদ্ধাৰ কৰে । AS - 26 - 4025নম্বৰৰ হুন্ডাই চেন্ট্ৰ গাড়ী এখনেৰে চোৰাং ভাৱে গুৱাহাটীলৈ নি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বনৰৌটো ।

বকো , ১৯ মাৰ্চ : বন বিভাগৰ অভিযানত সোমবাৰে নিশা বকোৰ ৰাজাপাৰত দুষ্টচক্ৰৰ পৰা উদ্ধাৰ হয় এটা ৮ কিল'গ্ৰাম ওজনৰদুষ্প্ৰাপ্য বনৰৌ ৷ এই সন্দৰ্ভত বন বিভাগে দুজন লোকক আটক কৰে ।

বকোত উদ্ধাৰ দুস্প্ৰাপ্য বনৰৌ

এক গোপন সুত্ৰৰ পম খেদি ৱাইল্ড লাইফ ক্ৰাইম ব্যুৰ'ই অভিযান চলাই এই বনৰৌটো উদ্ধাৰ কৰে । AS - 26 - 4025নম্বৰৰ হুন্ডাই চেন্ট্ৰ গাড়ী এখনেৰে চোৰাং ভাৱে গুৱাহাটীলৈ নি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বনৰৌটো । ইপিনে ঘটনাৰ লগত জড়িত আটক হোৱা লোক কেইজন ক্ৰমে মেঘালয়ৰ গ্ৰিমিথ চাংমা আৰু গুৱাহাটী গঢ়চুকৰ ব্ৰজেন ৰাভা । আটকাধীন দুয়োজন লোক বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । আনহাতে বনবিভাগৰ লোকে জনোৱা অনুসৰি চোৰাং বজাৰত এই বনৰৌটোৰ মূল্য প্ৰায় ৫ লাখ টকা ।

বকোত উদ্ধাৰ দুস্প্ৰাপ্য বনৰৌ

বকোত বন বিভাগৰ অভিযান ৷ এই অভিযানত  দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰে এটা ৮ কিলোগ্ৰাম ওজনৰ দুস্প্ৰাপ্য বনৰৌ ৷ বকোৰ ৰাজাপাৰত নিশা উদ্ধাৰ কৰে এই বনৰৌটো লগতে আটক কৰে দুজন লোকক ৷ AS - 26 - 4025  নম্বৰৰ হুন্ডাই চেন্ট্ৰ গাড়ীৰে চোৰাং ভাৱে গুৱাহাটীলৈ নিথকা অৱস্থাত গোপন খবৰৰ ভিত্তিত ৱাইল্ড লাইফ ক্ৰাইম বিউৰোই অভিযান চলাই এই বনৰৌটো উদ্ধাৰ কৰে ৷ লোক দুজনৰ এজন মেঘালয়ৰ গ্ৰিমিথ চাংমা (বয়স ৩৬ বছৰ) আৰু গুৱাহাটী গঢ়চুকৰ ব্ৰজেন ৰাভা(বয়স ৫০ বছৰ)৷ দুয়োজন বৰ্ত্তমান বকো আৰক্ষীৰ জিম্মাত আছে ৷ চোৰাং বজাৰত এই বনৰৌটোৰ মূল্য প্ৰায় ৫ লাখ হব বুলি জনায় ৷

বাইট : বন বিষয়া

SLUG: 
A_GHY_801_19MARCH_PANGOLIN_RECOVER_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.