ETV Bharat / state

Neel Pawan Baruah passes away: বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

author img

By

Published : Oct 28, 2022, 3:42 PM IST

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই
বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই ৷

  • বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই
  • শুকুৰবাৰে বিয়লি 3.15ত শেষ নিশ্বাস ত্য়াগ নীলপৱন বৰুৱাৰ
  • 1936 চনৰ 1 জুনত জন্ম হৈছিল বৰুৱাৰ
  • ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ পুত্ৰ নীলপৱন বৰুৱা
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বৰুৱা(Prominent painter Neel Pawan Baruah)
  • শাৰীৰিক অসুস্থতাৰ বাবে 22 ছেপ্টেম্বৰত GMCH ভৰ্তি কৰোৱা হৈছিল চিত্ৰশিল্পীগৰাকী
  • 2021 চনত অসম চৰকাৰে "অসম সৌৰভ" সন্মানেৰে সন্মানিত কৰিছিল তেওঁক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.