চিমেন্ট কোম্পেনীক চি এম পাটোৱাৰীৰ Warning !

author img

By

Published : Nov 1, 2021, 10:23 PM IST

minister-chandra-mohan-patowarys-warning-to-cement-manufacturers-of-assam
চিমেন্ট কোম্পেনীক চি এম পাটোৱাৰীৰ warning ! ()

এইবাৰ চিমেন্ট কোম্পেনীক Warning দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ জানো আহক কি কি বিষয়ত চিমেন্ট কোম্পেনী বোৰক সতৰ্কতা অৱলম্বন কৰাৰ কথা ক’লে মন্ত্ৰী গৰাকীয়ে ৷

নিউজ ডেস্ক, 1 অক্টোবৰ : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমৰ চিমেণ্ট নিৰ্মাতা কোম্পেনীবোৰক প্ৰদান কৰিলে বিশেষ সতৰ্কবাণী ৷ এই সতৰ্কবাণী মতে,

1. চিমেণ্ট কোম্পানীবোৰে অযুক্তিকৰ আৰু কৃত্ৰিম মূল্য বৃদ্ধি পৰিহাৰ কৰিব লাগিব ।

2. যিহেতু চিমেণ্ট কোম্পানীবোৰে ৰাজসাহায্য আৰু কৰ ৰেহাই আদি লাভ কৰে তাৰ লাভ লাভ ৰাজ্যৰ মানুহে ভোগ কৰিবই লাগিব বুলি সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ।

3. ট্ৰাকত অভাৰলোড কৰি সামগ্ৰী কঢ়িওৱা কাৰ্যৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহন বিভাগ ।

4. ইস্পাতৰ মূল্য অযুক্তিকৰভাৱে বৃদ্ধি হ'ব নোৱাৰে, চৰকাৰে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব বুলিও সকীয়াই দিয়ে মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.