ETV Bharat / state

IT Department raid: ব্যৱসায়ী তথা ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Nov 2, 2022, 12:22 PM IST

গুৱাহাটীত আয়কৰ বিভাগৰ অভিযান (IT Department raid in Guwahati) ৷ ব্যৱসায়ী, ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত চলিছে এই অভিযান ৷

IT Department raid on businessman contractor Nripen Das residence in Guwahati and Delhi
ব্যৱসায়ী তথা ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

  • আয়কৰ বিভাগৰ অভিযান(IT Department raid in Guwahati)
  • ব্যৱসায়ী, ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত চলিছে এই অভিযান
  • আজি পুৱাৰে পৰা নৃপেন দাসৰ বাসগৃহত চলিছে আয়কৰ বিভাগৰ অভিযান
  • বাসগৃহ, কাৰ্যালয়কে ধৰি ব্যৱসায়ীগৰাকীৰ মহানগৰীস্থিত কেইবাটাও স্থানত চলিছে অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.