ETV Bharat / state

ATM fraud in Guwahati : হাতীগাঁও আৰক্ষীৰ জালত এটিএম প্ৰবঞ্চক চক্ৰ

author img

By

Published : Oct 16, 2022, 12:07 PM IST

Updated : Oct 16, 2022, 1:22 PM IST

ATM robbery suspect arrested in Hatigaon
ATM fraud in Guwahati : হাতীগাঁও আৰক্ষীৰ জালত এটিএমেৰে প্ৰবঞ্চনাৰে ধন সৰকোৱা চক্ৰ

বৰপেটাৰ পৰা হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে এটিএমেৰ জৰিয়তে প্ৰঞ্চনা কৰি ধন চুৰি কৰা চক্ৰ(ATM fraud arrested in Guwahati) ৷

  • হাতীগাঁও আৰক্ষীৰ জালত প্ৰবঞ্চক (ATM fraud arrested in Guwahati)
  • এটিএমেৰ জৰিয়তে প্ৰবঞ্চনা কৰি ধন সৰকোৱা এটা চাৰিজনীয়া দল আৰক্ষীৰ জালত পৰে
  • বৰপেটাৰ পৰা হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে চক্ৰটোক (Hatigaon Police Station)
  • আৰক্ষীয়ে প্ৰবঞ্চক কেইটাৰ পৰা ৮৮ খন এটিএম কাৰ্ড আৰু তিনিখন চাৰিচকীয়া বাহন জব্দ কৰিছে
  • ইয়াৰোপৰি প্ৰবঞ্চনাৰে ধন সৰকোৱা বহু সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে
  • ধৃত প্ৰবঞ্চক কেইটা ক্ৰমে লটফাৰ ৰহমান, আমিনুল, হানিফুৰ আৰু চাহিদুল
Last Updated :Oct 16, 2022, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.