ETV Bharat / state

Gauhati University: সলনি কৰা‌ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ

author img

By

Published : Dec 6, 2022, 10:55 AM IST

GU exm date changed
সলনি কৰা‌ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ সলনি কৰা‌ হৈছে (GU exm date changed) । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে ।

  • সলনি কৰা‌ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ (GU exam date changed)
  • প্ৰথম আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ তাৰিখ সাল-সলনি
  • এক জাননী যোগে এই কথা সদৰি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে
  • ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথম আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষা ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব (1st and 5th semester exam dates changed)
  • বাকী থকা পৰীক্ষাসমূহ অহা ১২ ডিচেম্বৰৰ পৰা পূৰ্বে নিৰ্ধাৰিত পৰীক্ষাসূচী মতে অনুষ্ঠিত হ'ব
  • শ্বহীদ দিৱসৰ দিনা একে তাৰিখতে পৰীক্ষা হোৱা হেতু সলনি কৰা হৈছে তাৰিখ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.