ETV Bharat / state

বিশেষ ন্যায়াধীশৰ আদালতত আৰক্ষীয়ে জমা দিলে APSC কেলেংকাৰীৰ বহী

author img

By

Published : Aug 7, 2019, 7:27 PM IST

ফৰেনছিক লেবৰেটৰিৰ পৰা APSC কেলেংকাৰীৰ সকলো বহী সংগ্ৰহ ডিব্ৰুগড় আৰক্ষীৰ ৷ ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত আৰক্ষীয়ে জমা দিলে বহীসমূহ ৷

বিশেষ ন্যায়াধীশৰ আদালতত আৰক্ষীয়ে জমা দিলে APSC কেলেংকাৰীৰ বহী

  • 2013 চনৰ APSC পৰীক্ষাৰ ফৰেনছিক লেবৰেটৰিলৈ পঠোৱা সকলো বহী সংগ্ৰহ
  • আদালতত উপস্থিত তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰ
  • পানেশ্বৰৰ মতে শেষ পৰ্যায়ৰ তদন্ত চলি আছে APSC কেলেংকাৰীৰ
  • 2014 চনৰ বহীৰ লগতে দুই এখন বহী এতিয়াও আছে ফৰেনছিক লেবৰেটৰিত
  • লগতে 16 আগষ্টত চূড়ান্ত অভিযোগনামা দাখিল কৰিব বুলি উল্লেখ সুৰজিৎ সিং পানেশ্বৰৰ
    বিশেষ ন্যায়াধীশৰ আদালতত আৰক্ষীয়ে জমা দিলে APSC কেলেংকাৰীৰ বহী
Intro:ফৰেনছিক লেবৰেটৰিৰ পৰা এপিএচচি কেলেংকাৰীৰ সকলো বহী সংগ্ৰহ ডিব্ৰুগড় আৰক্ষীৰ৷
# ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত আৰক্ষীয়ে জমা দিলে সেই বহী৷
# দুটা বৃহৎ ট্ৰাংকত অনা হ'ল সকলো বহী৷

Body:2013 চনৰ পৰীক্ষাৰ ফৰেনছিক লেবৰেটৰি লৈ পঠোৱা সকলো বহী আছে এই ট্ৰাংকত৷
আদালতত উপস্থিত তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰ৷
পানেশ্বৰ মতে apsc কেলেংকাৰীৰ শেষ পৰ্য্যায়ৰ তদন্ত চলি আছে। 2014 চনৰ বহীৰ লগতে দুই এখন বহী অন্য বছৰৰ বহী ফৰেনছিক লেবৰেটৰি পৰা অনা হোৱা নাই বুলি জানিবলৈ দিলে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰে।
Conclusion:লগতে 16 আগষ্টত আৰক্ষীয়ে দাখিল কৰিব চূড়ান্ত অভিযোগনামা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.