ETV Bharat / state

যোৰাবাটত জব্দ চোৰাং গৰুভৰ্তি বাহন

author img

By

Published : Oct 23, 2019, 1:49 PM IST

মঙলবাৰে যোৰাবাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে AS-02BC-8264 আৰু AS-02AC-9917 নম্বৰৰ বাহনসহ ১৮টাকৈ গৰু ।

যোৰাবাটত জব্দ চোৰাং গৰুভৰ্তি বাহন

গুৱাহাটী,23 অক্টোবৰঃ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিচতো এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা ৷ বুধবাৰে নগাঁৱৰ পৰা শ্বিলং অভিমুখে গৈ থকা দুখন গৰু ভৰ্তি বলেৰ পিক আপ ভান জব্দ কৰে যোৰাবাট আৰক্ষীয়ে । মঙলবাৰে যোৰাবাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে AS-02BC-8264 আৰু AS-02AC-9917 নম্বৰৰ বাহনসহ ১৮টাকৈ গৰু । উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি উক্ত এলেকাত চোৰাং গৰুৰ অবৈধ বেহাই গা কৰি উঠিছে ।

AMUGGLED CATTLE RECOVERED IN JORABAT GUWAHATI ASSAM
দুখন বাহনৰ পৰা উদ্ধাৰ হয় ১৮টা গৰু

ইতিপূৰ্বেও সোণাপুৰত যোৰাবাট আৰক্ষীয়ে অবৈধ গৰুভৰ্তি বাহন জব্দ কৰাত একাংশ দল সংগঠনে অভিযোগ উত্থাপন কৰিছিল আৰু চৰকাৰৰ একাংশ নেতা মন্ত্ৰীৰ পৃষ্ঠ পোষকতাতে এনেধৰণৰ কাৰ্য চলি আছে ৷

যোৰাবাটত জব্দ চোৰাং গৰুভৰ্তি বাহন

লগতে চাওকঃ কাহিলীপাৰাত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ

Intro:এতিয়াও ৰাজ্যত অব্যাহত অবৈধ বেহা: পুনৰ জব্দ অবৈধ গৰুভৰ্তি বাহন


Body:নগাঁৱৰ পৰা শ্বিলঙ অভিমুখে গৈ থকা দুখন বলেৰ পিক আপ গৰু ভৰ্তি ট্ৰাক জব্দ কৰে যোৰাবাট আৰক্ষীয়ে। মঙ্গলবাৰে যোৰাবাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে AS02 BC 8264 আৰু AS02 AC 9917নম্বৰৰ বাহনসহ ১৮টাকৈ গৰু। উল্লেখযোগ্য যে বিগত কেইবাদিনে উক্ত এলেকাত অবৈধ বেহাই গা কৰি উঠিছে।

ইতিপূৰ্বেও সোণাপুৰত যোৰাবাট আৰক্ষীয়ে অবৈধ গৰুভৰ্তি বাহন জব্দ কৰাত একাংশ দল সংগঠনে অভিযোগ উত্থাপন কৰি কৈছিল যে এই সকলোবোৰ অবৈধ বেহা মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে সংঘটিত হৈ আহিছে। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সোনোৱাল ডাঙৰীয়াই দুৰ্নীতি নিকা হোৱা বুলি দম্ভালি মাৰি আহিছে সেই সময়তে এনেকুৱা কাৰ্য কেনেকৈ সংঘটিত হবলৈ পায় বুলি ক্ষোভ উজাৰে।


Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.