ETV Bharat / state

যোৰহাটত আছুৰ ‘কা’ বিৰোধী প্ৰতিবাদ

author img

By

Published : Aug 14, 2020, 2:08 PM IST

যোৰহাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে যোৰাহাট আঞ্চলিক ছাত্ৰ সন্থাই ৷ যোৰাহাট আঞ্চলিক সমিতিৰ সহযোগত জিলাখনৰ পাঁচখন সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

Jorhat AASU CAA protest
যোৰহাটত আছুৰ ‘কা’ বিৰোধী প্ৰতিবাদ

যোৰহাট, 14 আগষ্টঃ ৰাজ্যত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতো ঠায়ে ঠায়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ ৷ সমান্তৰালকৈ যোৰহাটতো দুই ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে যোৰাহাট আঞ্চলিক ছাত্ৰ সন্থাই ৷

যোৰহাটত আছুৰ ধিক্কাৰ দিৱস

যোৰহাট আঞ্চলিক সমিতিৰ সহযোগত জিলাখনৰ পাঁচখন সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ পাঁচজনকৈ শ্বহীদৰ তেজৰ বিনিময়ত অসমবাসীক জাপি দিয়া জাতিধ্বংসী এই আইনখন বাতিল নকৰা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হংকাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক-কৃষকসকলে কেতিয়ালৈ আনন্দোৎসৱ পালন কৰিব পাৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.