হোজাইত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

author img

By

Published : Sep 8, 2022, 8:20 PM IST

Wild elephant killed in train collision in Hojai

হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে সংঘটিত হৈছে অন্য এক অঘটন ৷ এইবাৰ ৰে’লৰ খোন্দাত নিহত হৈছে এটা বনৰীয়া হাতী (Wild elephant killed in train collision in Hojai)৷ ইতিমধ্যে ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

  • ৰাজ্যত পুনৰ বন্যপ্ৰাণী সম্পৰ্কীয় আন এটা অঘটন
  • হোজাইত ৰে’লৰ খুন্দাত নিহত হৈছে এটা বনৰীয়া হাতী
  • হাবাইপুৰ আৰু পাথৰখোলা ৰে’ল ষ্টেচন মাজত সংঘটিত হৈছে এই অঘটন
  • সন্ধিয়া প্ৰায় 6:30 বজাত এখন মালবাহি ৰে’লৰ খুন্দাত নিহত হয় বনৰীয়া হাতীটো
  • ইতিমধ্যে ঘটনাস্থলিত উপস্থিত হৈছেগৈ বন বিভাগৰ লোক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.