ETV Bharat / state

লংকা-হোজাই সংযোগী পথত শোকাৱহ পথ দুৰ্ঘটনা

author img

By

Published : Nov 7, 2020, 7:13 PM IST

হোজাই জিলাৰ লংকা-হোজাই সংযোগী পথত শনিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হয় এজন লোক ৷ নিহত লোকজন বাইক আৰোহী ৰাজু বৰ্মণ বুুলি জানিব পৰা গৈছে ৷

hojai road accident
লংকা-হোজাই সংযোগী পথত শোকাৱহ পথ দুৰ্ঘটনা

হোজাই, 7 নৱেম্বৰ: হোজাই জিলাৰ লংকা-হোজাই সংযোগী পথত শনিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত নিহত হয় এজন লোক ৷ নিহত লোকজন বাইক আৰোহী ৰাজু বৰ্মন বুুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটোত আহত শ্বেখৰ নামৰ আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ এ এছ 01 ইউ 1511 ৷ ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় চেপা উত্তেজনাৰ ৷

লগতে পঢ়ক : বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.