ETV Bharat / state

হোজাইত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ

author img

By

Published : Mar 22, 2021, 1:41 PM IST

হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা
হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা

হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা । হস্ত নিৰ্মিত বন্দুকৰ লগতে চাৰি জাই সজীৱ গুলীসহ আটক এজন যুৱক ৷

হোজাই, 22মাৰ্চ: হোজাই জিলাৰ লংকা আৰক্ষীৰ বৃহৎ সফলতা । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত লংকা আৰক্ষীৰ অভিযানত অকাণ্টু গাঁৱৰ মহম্মদ নুৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় বন্দুকৰ লগতে চাৰি জাই সজীৱ গুলী ।

নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰি লংকা আৰক্ষী থানালৈ লৈ আহে আৰক্ষীৰ দলে ৷ ইতিমধ্যে নুৰ হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ নম্বৰ 203/21 --U/S -25(1)(A) নম্বৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই : প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.