হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা একাউন্ট

author img

By

Published : Sep 14, 2022, 8:34 AM IST

Fake Whatsapp account in Hojai Deputy Commissioner's name

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা হোৱাটছ আপ একাউন্ট খুলিছে দুষ্ট চক্ৰই (Fake Whatsapp account in Hojai DC's name) ৷ উপায়ুক্তগৰাকীয়ে নিজেই উল্লেখ কৰিছে এই তথ্য ৷

  • হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ হোৱাটচ এপত দুষ্ট চক্ৰৰ চকু (Hojai DC Anupam Choudhury)
  • উপায়ুক্তৰ নাম লৈ খুলিছে ভুৱা হোৱাটচ এপ একাউন্ট
  • উপায়ুক্তগৰাকীয়ে জিলাভিত্তিত থকা হোৱাটচ এপ গ্ৰুপত উল্লেখ কৰে এই তথ্য
  • হোজাই আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.