ETV Bharat / state

প্ৰধানমন্ত্ৰীলৈ এখন স্বচ্ছ গাঁও উপহাৰ বিধায়ক মৃণাল শইকীয়াৰ

author img

By

Published : Sep 17, 2019, 9:30 AM IST

প্ৰধানমন্ত্ৰীলৈ এখন স্বচ্ছ গাঁও উপহাৰ বিধায়ক মৃণাল শইকীয়াৰ

গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ব্যতিক্ৰমী ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। নিজৰ ওপজা গাঁও যোগীবাৰী পৰিষ্কাৰ কৰি এখন স্বচ্ছ গাঁও উপহাৰ দিলে প্ৰধানমন্ত্ৰীকগৰাকীক ।

গোলাঘাট,17 চেপ্তেম্বৰঃ গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ব্যতিক্ৰমী ৰূপত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। পিঠিত ঘাঁহ কটা মেচিন লৈ এফালৰ পৰা কাটি গ'ল বন। প্ৰধানমন্ত্ৰীৰ জন্মদিনত মোদীক উপহাৰ এখন স্বচ্ছ গাঁও।

প্ৰধানমন্ত্ৰীলৈ এখন স্বচ্ছ গাঁও উপহাৰ বিধায়ক মৃণাল শইকীয়াৰ

প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা দিন ধৰি সমগ্ৰ দেশ স্বচ্ছ কৰাৰ প্ৰথম পৰিকল্পনা আছিল নৰেন্দ্ৰ মোদীৰ। সেইয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিনটোত বিধায়ক মৃণাল শইকীয়াই নিজৰ ওপজা গাঁও যোগীবাৰী পৰিষ্কাৰ কৰি এখন স্বচ্ছ গাঁও উপহাৰ দিলে প্ৰধানমন্ত্ৰীক। বিধায়ক গৰাকীক সহযোগিতা আগবঢ়ালে স্থানীয় লোক আৰু দলীয় কৰ্মীয়ে।

Intro:গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ব্যতিক্ৰমী ৰূপত খুমটাইৰ বিধায়ক মৃনাল শইকীয়া।


Body:গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ব্যতিক্ৰমী ৰূপত খুমটাইৰ বিধায়ক মৃনাল শইকীয়া। পিঠিত হাবি কটা মেচিন লৈ এফালৰ পৰা কাটি গল হাবি বন। প্ৰধানমন্ত্ৰীৰ জন্মদিনত মোদীক উপহাৰ এখন স্বচ্ছ গাঁও। প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা দিন ধৰি সমগ্ৰ দেশ স্বচ্ছ কৰাৰ প্ৰথম পৰিকল্পনা আছিল নৰেন্দ্ৰ মোদীৰ। সেইয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিনটোত বিধায়ক মৃনাল শইকীয়াই নিজৰ গাঁও যোগীবাৰী পৰিষ্কাৰ কৰি এখন গাঁও উপহাৰ দিলে প্ৰধানমন্ত্ৰীক। বিধায়ক গৰাকীয়ে নিজে পিঠিত হাবি বন কটা মেচিন লৈ স্বচ্ছতা অভিযানত নামিল খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই। সহযোগিতা আগবঢ়ালে স্থানীয় গাঁওবাসী আৰু দলীয় কৰ্মীয়ে।


Conclusion:Differed Live
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.