Kangana Ranaut in Assam: বোকাখাতত আৰম্ভ কংগনা ৰানাৱতৰ ইমাৰজেঞ্চীৰ ছুটিং

author img

By

Published : Nov 17, 2022, 4:38 PM IST

Updated : Nov 17, 2022, 7:34 PM IST

Kangana Ranaut in Assam

বলিউডৰ ৰথী-মহাৰথীৰে ভৰি পৰিছে এতিয়া অসম ৷ জানিব পৰা মতে, ইতিমধ্যে বোকাখাতৰ এখন ভিতৰুৱা গাঁৱত ইমাৰজেঞ্চীৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছে (Kangana Ranaut began Emergency Shooting in Assam) ৷ ইতিমধ্যে বোকাখাতৰ নিকৰিঘাটত আহি পাইছে কংগনা আৰু অন্যান্য কলা-কুশলীৰ ভেনিটি ভেন ৷ ব্যস্ত এতিয়া কংগনাৰ টীম ৷

  • বোকাখাতত ব্যস্ত কংগনাৰ টীম (Kangana Ranaut in Assam)
  • বোকাখাতৰ এখন ভিতৰুৱা গাঁৱত চিত্ৰগ্ৰহণ হ’ব ইমাৰজেঞ্চীৰ
  • ইতিমধ্যে বোকাখাতৰ নিকৰিঘাটত আহি পাইছে কংগনা আৰু অন্যান্য কলা-কুশলীৰ ভেনিটি ভেন (Kangana Ranaut began Emergency Shooting in Assam)
  • দেওবাৰৰ পৰা অতি সংগোপনে কাজিৰঙাত বাহৰ পতা আছে বলিউড কুইন কংগনা ৰানাৱত
  • আনকি বোকাখাতৰ নিকৰিঘাটত আৰম্ভ হৈছে ইমাৰজেঞ্চীৰ ছুটিং (Kangana Ranaut starts shooting for Emergency in Assam)
  • ইমাৰজেঞ্চীৰ ছুটিঙৰ বাবে বোকাখাতত ছেট নিৰ্মানত ব্যস্ত এতিয়া কংগনাৰ টীম
    বোকাখাতত আৰম্ভ কংগনা ৰানাৱতৰ ইমাৰজেঞ্চীৰ ছুটিং
Last Updated :Nov 17, 2022, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.