ETV Bharat / state

গোলাঘাটত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

author img

By

Published : Sep 10, 2019, 6:55 PM IST

গোলাঘাটত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

গোলাঘাটৰ নুমলীগড়ত সাত কেজি ওজনৰ বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ ৷

গোলাঘাট, 10 চেপ্তেম্বৰঃ

  • গোলাঘাটৰ নুমলীগড়ত উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ
  • মন্টু কছাৰী নামৰ এজন লোকৰ ঘৰত দীৰ্ঘদিন ধৰি আছিল বনৰৌটো
  • কমাৰগাঁও আৰক্ষীয়ে বন বিভাগৰ সহযোগত বনৰৌটো উদ্ধাৰ কৰি কাজিৰঙাৰ বন্য প্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে
  • বনৰৌটোৰ ওজন প্ৰায় সাত কেজি হ'ব বুলি জানিব পৰা গৈছে
    গোলাঘাটত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

Intro:গোলাঘাট নুমলীগড়ত উদ্ধাৰ বিৰল প্ৰজাতিৰ সাত কেজি ওজনৰ বনৰৌ ।নুমলীগড়ৰ কাষৰীয়া ৰবীন কছাৰী নামৰ লোকজনৰ ইটাভাতাৰ সমীপত উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌতো ।ইটা ভাতাৰ কাষৰে মন্টু কছাৰী নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিন বাহৰ পাতি আছিল বিৰল প্ৰজাতিৰ বনৰৌতোৱে । আজি এই বিষয়ে গম পাই কমাৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰি বন বিভাগৰ সহযোগত কাজিৰঙা পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে বিৰল প্ৰজাতিৰ বনৰৌতোBody:Byte 1 : স্থানীয় বাসীন্দাConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.