ETV Bharat / state

গোলাঘাটত আটক 14 গৰাকী সন্দেহজনক নাগৰিক

author img

By

Published : Sep 21, 2019, 11:23 PM IST

গোলাঘাট নগৰত বাহৰ পাতি কেইজনমানে বাচন বৰ্তন, কাপোৰ বিক্ৰী কৰিবলৈ অহা বুলি জনোৱাৰ লগতে অন্য কেইজনমানে আকৌ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক ড্ৰয়িঙৰ শিক্ষা দিবলৈ প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে ৷

গোলাঘাটত আটক 14 জন সন্দেহজনক নাগৰিক

গোলাঘাট, 21 চেপ্তেম্বৰঃ গোলাঘাটত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এখন হোটেলত অভিযান চলাই 14 জনকৈ বহিঃৰাজ্যৰ ব্যক্তিক আটক গোলাঘাট আৰক্ষীৰ । গোলাঘাট নগৰত অৱস্থিত Galaxy Lodge ৰ পৰা আটক কৰে লোক কেইজনক । উত্তৰ প্ৰদেশৰ বুলেন্দ চহৰ আৰু দিল্লীৰ বুলি পৰিচয় দিয়া লোক কেইজনক সোধপোচ অব্যাহত ৰাখিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে । গোলাঘাট নগৰত বাহৰ পাতি কেইজনমানে বাচন বৰ্তন, কাপোৰ বিক্ৰী কৰিবলৈ অহা বুলি জনোৱাৰ লগতে অন্য কেইজনমানে আকৌ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক ড্ৰয়িঙৰ শিক্ষা দিবলৈ প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে । সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে । অৱশ্যে তদন্তৰ খাতিৰত এই পৰ্যন্ত কোনোধৰণৰ তথ্য সদৰী কৰা নাই আৰক্ষীয়ে । আটকাধীন ব্যক্তি কেইজনৰ নাম হ'ল ৰঘূ ৰাজ, মহম্মদ বাবলু, মহম্মদ চমন, মহম্মদ ৱাচিম, মহম্মদ হাচান, মুন্নাবাৰ, জাকিৰ হুছেইন, গুডু খান, মহম্মদ ৰচিদ, নুৰ হাচান, দীনেশ কুমাৰ, যশপাল, নৰেশ ।

গোলাঘাটত আটক 14 জন সন্দেহজনক নাগৰিক
Intro:Body:গোলাঘাটত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এখন হোটেলত অভিযান চলাই ১৪ জনকৈ বহি:ৰাজ্যৰ ব্যক্তিক আটক গোলাঘাট আৰক্ষীৰ। গোলাঘাট নগৰত অৱস্থিত Galaxy Lodge ৰ পৰা আটক কৰে লোক কেইজনক। উত্তৰ প্ৰদেশৰ বুলেন্দ চহৰ আৰু দিল্লীৰ বুলি পৰিচয় দিয়া লোক কেইজনক সোধপোচ অব্যাহত ৰাখিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে। গোলাঘাট নগৰত বাহৰ পাতি কেইজনমানে বাচন বৰ্তন, কাপোৰ বিক্ৰী কৰিবলৈ অহা বুলি জনোৱাৰ লগতে অন্য কেইজনমানে আকৌ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক ড্ৰয়িঙৰ শিক্ষা দিবলৈ প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে। অৱশ্যে তদন্তৰ খাতিৰত এইপৰ্যন্ত কোনোধৰণৰ তথ্য সদৰী কৰা নাই আৰক্ষীয়ে। আটকাধীন ব্যক্তি কেইজনৰ নাম হল ৰঘূ ৰাজ, মহম্মদ বাবলু, মহম্মদ চমন, মহম্মদ ৱাচিম, মহম্মদ হাচান, মুন্নাবাৰ, জাকিৰ হুছেইন, গুডু খান, মহম্মদ ৰচিদ, নুৰ হাচান, দীনেশ কুমাৰ, যশপাল, নৰেশ।Conclusion:Byte 1: আটকাধীন ব্যক্তি।
Byte 2: আটকাধীন ব্যক্তি।
Byte 3: আটকাধীন ব্যক্তি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.