ETV Bharat / state

খাদ্যত বিষক্ৰিয়া হৈ গোৱালপাৰাত বন্য হস্তীৰ মৃত্যু

author img

By

Published : Oct 6, 2022, 11:19 AM IST

গোৱালপাৰাৰ আনন্দ বাজাৰ ৰে’ল ষ্টেচনৰ কাষৰ ধাননি পথাৰত কৰুণ মৃত্যুক সাৱটিলে এটা বনৰীয়া হাতীয়ে (Wild elephant dies in Goalpara) । খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে বন বিভাগৰ লোকে ৷

Wild elephant dies in Goalpara due to food poisoning
খাদ্যত বিষক্ৰিয়া হৈ গোৱালপাৰাত বন্য হস্তীৰ মৃত্যু

  • ৰাজ্যত আকৌ মৃত্যু মুখত পৰিল আন এটা বনৰীয়া হাতী
  • এইবাৰ গোৱালপাৰাত কৰুণ মৃত্যুক সাৱটিলে এটা বনৰীয়া হাতীয়ে (Wild elephant dies in Goalpara)
  • আনন্দ বাজাৰ ৰে’ল ষ্টেচনৰ কাষৰ ধাননি পথাৰত মৃত্যু হয় বনৰীয়া হাতীটোৰ
  • তথ্য অনুসৰি, খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে মৃত্যু হয় বনৰীয়া হাতীটোৰ
  • ঘটনা সন্দৰ্ভত খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোক
  • ইতিমধ্যে বন বিভাগৰ লোকে আৰম্ভ কৰে তদন্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.