ETV Bharat / state

গোৱালাপাৰৰ ৰংজুলিত শোকাৱহ বাছ দুৰ্ঘটনাঃ এইপৰ্যন্ত নিহত 6 জন

author img

By

Published : Feb 4, 2020, 10:40 AM IST

Updated : Feb 4, 2020, 11:46 AM IST

ভয়ংকৰ বাছ দুৰ্ঘটনা, 6 জন থিতাতে নিহত
ভয়ংকৰ বাছ দুৰ্ঘটনা, 6 জন থিতাতে নিহত

10:28 February 04

হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

ভয়ংকৰ বাছ দুৰ্ঘটনা, 6 জন থিতাতে নিহত

গোৱালপাৰা, 4 ফেব্ৰুৱাৰীঃ গোৱালপাৰা জিলাৰ ধূপধৰাৰ কোঠাকুঠিত মঙলবাৰে পুৱা সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাত  থিতাতে নিহত হয় ৬ জনকৈ যাত্ৰী ৷ গুৰুতৰ ভাবে আহত হয় আন কেবাজনো লোক ৷ হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা এতিয়াও ঘনীভূত হৈ আছে ৷

ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী AS01-BC2848 নম্বৰৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দিয়াই আৰু পথৰ দ-খাৱৈত বাগৰি পৰে ৷ ফলত বাছত থকা ৬ জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয়। আহত লোকসকলক আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও ৪ জনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, নিহত লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Intro:
Anchor:-গোৱালপাৰা জিলাৰ কোঠাকুঠিত ভয়ঙ্কৰ বাছ দুৰ্ঘটনা।থিতাতে নিহত ৬ জন কেইবাজনো আহত।নিহত সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।তীব্ৰ বেগী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দিয়া ফলত এই দুৰ্ঘটনা।
Body:as_gol_04feb_801_goalpara_accident_vis+photo_7203844.

Anchor:-গোৱালপাৰা জিলাৰ কোঠাকুঠিত ভয়ঙ্কৰ বাছ দুৰ্ঘটনা।থিতাতে নিহত ৬ জন কেইবাজনো আহত।নিহত সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।তীব্ৰ বেগী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দিয়া ফলত এই দুৰ্ঘটনা।

VO:- গোৱালপাৰাৰা ধূপধৰাৰ কোঠাকুঠিত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ ৬ জনকৈ যাত্ৰী নিহত আৰু কেবাগৰাকী আহত ৷ হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা ৷ ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী AS01 BC2848 নম্বৰৰ বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দিয়াই পথৰ দ-খাৱৈত বাগৰি পৰে ৷ফলত বাছত থকা ৬ জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয়।আহত লোকসকলক আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও ৪ জনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ পঠিয়াই, নিহত লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Conclusion:জাহিদুল ইছলাম, গোৱালপাৰা।
Last Updated :Feb 4, 2020, 11:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.