Massive fire in Goalpara: গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড,ভস্মীভূত চাৰিটাকৈ বাসগৃহ

author img

By

Published : Nov 9, 2022, 10:34 PM IST

Fire breakout in Goalpara

গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড(Fire breakout in Goalpara) ৷ অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ ৷ অগ্নিকাণ্ডত চাৰিটাকৈ ছিলিণ্ডাৰ বিস্ফোৰণ ৷ ১০ নং ৱাৰ্ডৰ বাদীয়া পাৰাৰ জ্যোতি ৰঞ্জন অধিকাৰীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

  • গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড(Fire breakout in Goalpara)
  • অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ
  • অগ্নিকাণ্ডৰ মাজতে চাৰিটাকৈ ছিলিণ্ডাৰ বিস্ফোৰণ (Cylinder Blast)
  • ১০ নং ৱাৰ্ডৰ বাদীয়া পাৰাৰ জ্যোতি ৰঞ্জন অধিকাৰীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড
গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড,ভস্মীভূত চাৰিটাকৈ বাসগৃহ
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ(Electric short circuit)
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমোৱাৰ যৎপৰোনাস্তি চেষ্টা
  • বাতৰি যুগুত কৰা পৰ্যন্ত জুই নুমাবলৈ সক্ষম হোৱা নাই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.