ETV Bharat / state

গোৱালপাৰাত ভূমি সংৰক্ষণৰ নামত ব্যাপক কেলেংকাৰী

author img

By

Published : Aug 21, 2019, 6:47 PM IST

ভূমি বিভাগৰ ভূমি সংৰক্ষণৰ নামত ব্যাপক কেলেংকাৰী

মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰসিং পাৰা কমলা বাগানৰ খেতিপথাৰৰ ভূমি সংৰক্ষণৰ বাবে ভূমি সংৰক্ষণ বিভাগটোৱে নিৰ্মাণ কৰি আছে পকী দেৱাল ৷ আঁচনিৰ নাম ফলক নলগাকৈ বাংলাভাটা ইটাৰে কোনো ৰ'ড, পকী খুঁটা আৰু বিম নিদিয়াকৈ ভূমি সংৰক্ষণ বিভাগটোৱে পকী দেৱাল নিৰ্মাণ কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

গোৱালপাৰা,21 আগষ্টঃ খেতিপথাৰৰ ভূমি সংৰক্ষণৰ নামত ব্যাপক কেলেংকাৰী ।অভিযোগ মতে, জিলা খনৰ বিভিন্ন প্ৰান্তত থকা ভূমি সংৰক্ষণ সমিতিসমূহৰ দ্বাৰা এই কেলেংকাৰী সংঘটিত কৰি আছে ভূমি সংৰক্ষণ বিভাগৰ একাংশ কৰ্মচাৰীয়ে ৷মাটিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰসিং পাৰা কমলা বাগানৰ খেতিপথাৰৰ ভূমি সংৰক্ষণৰ বাবে নিৰ্মাণ কৰি আছে পকী দেৱাল । আঁচনিৰ নাম ফলক নলগাকৈ অতি নিম্নমানৰ বাংলাভাটা ইটাৰে কোনো ৰ'ড, পকী খুঁটা আৰু বিম নিদিয়াকৈ ভূমি সংৰক্ষণ বিভাগটোৱে পকী দেৱালয় নিৰ্মাণ কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ভূমি বিভাগৰ ভূমি সংৰক্ষণৰ নামত ব্যাপক কেলেংকাৰী

আবন্টিত আঁচনিৰ ধন লুকুৱাই ৰাখি নিজ ইচ্ছা অনুসৰি খেতিপথাৰত নিম্নমানৰ পকী দেৱাল নিৰ্মাণ কৰি থকাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে পাহাৰসিঙ পাৰা ৰাইজ । এই নিম্নমানৰ কামৰ সন্দৰ্ভত ইতিমধ্যে স্থানীয় কৃষক ৰাইজে অভিযোগ দাখিল কৰিছে জিলা উপায়ুক্তক । ইফালে, পকী দেৱাল নিৰ্মাণ কৰি থকাৰ পাছতো ভূমি সংৰক্ষণ বিভাগটোৰ কোনো বিষয়া- কৰ্মচাৰী উপস্থিত হোৱা নাই অঞ্চলটোত ।

Intro:Anchor :- গোৱালপাৰাত ভূমি বিভাগৰ ভূমি সংৰক্ষণৰ নামত ব্যপোক কেলেংকাৰী।মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰ সিঙ পাৰা কমলা বাগানৰ খেতিপথাৰৰ ভূমি সংৰক্ষণৰ বাবে নিৰ্মান কৰি আছে পকী দেৱাল।আঁচনিৰ নাম ফলক নলগাকৈ বাংলাভাটা ইটাৰে কোনো ৰোড, পকী খুটা আৰু বিম নিদিয়াকৈ ভূমি সংৰক্ষণ বিভাগটোৱে নিৰ্মাণ কৰি আছে পকী দেৱাল।স্থানীয় ৰাইজৰ অভিযোগ।



Body:Anchor :- গোৱালপাৰাত ভূমি বিভাগৰ ভূমি সংৰক্ষণৰ নামত ব্যপোক কেলেংকাৰী।মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰ সিঙ পাৰা কমলা বাগানৰ খেতিপথাৰৰ ভূমি সংৰক্ষণৰ বাবে নিৰ্মান কৰি আছে পকী দেৱাল।আঁচনিৰ নাম ফলক নলগাকৈ বাংলাভাটা ইটাৰে কোনো ৰোড, পকী খুটা আৰু বিম নিদিয়াকৈ ভূমি সংৰক্ষণ বিভাগটোৱে নিৰ্মাণ কৰি আছে পকী দেৱাল।স্থানীয় ৰাইজৰ অভিযোগ।

V.O :- খেতিপথাৰৰ ভূমি সংৰক্ষণৰ নামত ব্যপোক কেলেংকাৰী।এই কেলেংকাৰী সংগঠিত কৰিছে ভূমি সংৰক্ষণ ৰ বিভাগৰ গোৱালপাৰা আঞ্চলিক কাৰ্যালয়ে।জিলা খনৰ বিভিন্ন প্ৰান্তত থকা ভূমি ভূমি সংৰক্ষণ সমিতিসমূহৰ দ্বাৰা এই কেলেংকাৰী সংগঠিত কৰি আছে ভূমি সংৰক্ষণ বিভাগৰ একাংশ কৰ্মচাৰীয়ে।অভিযোগ মতে, মাটিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰ সিঙ পাৰা কমলা বাগানৰ খেতিপথাৰৰ ভূমি সংৰক্ষণ ৰ বাবে নিৰ্মান কৰি আছে পকী দেৱাল।আঁচনিৰ নামফলক নলগাকৈ অতি নিম্নমাণৰ বাংলা ভাটা ইটাৰেকোনো পকী খুটা, ৰোড আৰু বিম নিদিয়াকৈ ভূমি সংৰক্ষণ বিভাগটোয়ে নিৰ্মান কৰি আছে পকী দেৱাল।আবন্তিত আঁচনিৰ ধন লুকুৱাই ৰাখি নিজ খেয়ালখুচি মতে খেতিপথাৰত নিম্নমাণৰ পকী দেৱাল নিৰ্মান কৰি থকাত ক্ষোভিত হৈ পৰিছে পাহাৰসিং পাৰা ৰাইজ।এই নিম্নমাণৰ কামৰ সন্দৰ্ভত ইতিমধ্যে স্থানীয় কৃষক ৰাইজে অভিযোগ দিছে জিলা উপায়ুক্তক।ইফালে, পকী দেৱাল নিৰ্মান কৰি থকাৰ পাছতো ভূমি সংৰক্ষণ বিভাগটোৰ কোনো বিষয়া কৰ্মচাৰী উপস্থিত হোৱা নাই।

byte 1 : স্থানীয় ৰাইজ।

গোৱালপাৰা লৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।



Conclusion:byte 1 : স্থানীয় ৰাইজ।

গোৱালপাৰা লৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.