ETV Bharat / state

গোৱালপাৰাত পুনৰ আন এজন জেহাদী গ্ৰেপ্তাৰ

author img

By

Published : Aug 25, 2022, 10:57 AM IST

Jihadi Arrested in goalpara
গোৱালপাৰাত পুনৰ আন এজন জেহাদী গ্ৰেপ্তাৰ

গোৱালপাৰাত পুনৰ গ্ৰেপ্তাৰ আন এজন জেহাদী (Jihadi Arrested) । গোবিন্দচালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুছ চৌৱাহান নামৰ জেহাদীটোক।

  • গোৱালপাৰাত আন এক জেহাদী গ্ৰেপ্তাৰ
  • গোবিন্দচালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ আব্দুছ চৌৱাহান নামৰ জেহাদীটো
  • গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদীটোক
  • পূৰ্বে গ্ৰেপ্তাৰ হোৱা আব্দুছ সুবাহান আৰু জালাল উদ্দীনৰ লগত সম্পৰ্ক আছে ধৃত চৌৱাহানৰ
  • বৰ্তমান জেহাদী চৌৱাহান দুধনৈ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.