ETV Bharat / state

ডিমা হাছাওত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত উগ্ৰপন্থী নিহত

author img

By

Published : Nov 22, 2020, 8:28 AM IST

terrorist-killed-at-dima-hasao
ডিমা হাছাওত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত উগ্ৰপন্থী নিহত

সংঘৰ্ষ স্থলীত ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷

ডিমা হাছাও 22 নৱেম্বৰ: শনিবাৰ নিশা ডিমা হাছাও জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী ডিমা হাছাও জিলাৰ খেপৰে অঞ্চলত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত সংঘটিত হয় প্ৰচণ্ড সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত হয় এজন সন্দেহজনক উগ্ৰপন্থী ৷ সংঘৰ্ষ স্থলীত ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, ডিমা হাছাও জিলাত কিছু দিনৰ পৰা ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ "ডি এন এল এ" উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ উঠিছে ৷ যাৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলটোত বিগত কিছুদিনৰ পৰা অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

লগতে পঢ়কঃ ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল হাউলীৰ এখন হোটেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.