ETV Bharat / state

Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

author img

By

Published : Oct 20, 2022, 6:19 PM IST

Updated : Dec 26, 2022, 9:48 AM IST

ডিব্ৰুগড়ৰ বৰবৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা ৷ পাঞ্জাৱবডী আৰু বাইকৰ মাজত হোৱা মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷

Road Accident in Dibrugarh
ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

  • ডিব্ৰুগড়ৰ বৰবৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)
  • ট্ৰাক আৰু বাইকৰ মাজত হোৱা মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা
  • মৃত মহিলাগৰাকী ডিব্ৰুগড়ৰ টিংখাং মাটিকটা গাঁৱৰ বুলি জানিব পৰা হৈছে
  • স্বামীৰ সৈতে বাইকত আহিছিল মহিলাগৰাকী
  • লগত আছিল তেওঁলোকৰ এটি কন্যা শিশুও
  • শিশুটিও গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত
  • মহিলাগৰাকীৰ স্বামীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় অসম মেডিকেল কলেজ হাস্পতালত

লগতে পঢ়ক: Road accident in Kaliabor: কলিয়াবৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী

Last Updated : Dec 26, 2022, 9:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.