ETV Bharat / state

মৰাণৰ ডোমৰদলঙত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Sep 18, 2022, 10:30 AM IST

Mysterious murder case at Moran
মৰাণৰ ডোমৰদলঙত লোমহৰ্ষক হত্যাকাণ্ড

মৰাণৰ ডোমৰদলঙত নৃশংস হত্যাকাণ্ড (Mysterious murder case at Moran) ৷ কোনো লোকে শনিবাৰে নিশা প্ৰবীণ মাঝি নামৰ যুৱকজনক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে ৷ ইতিমধ্যে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মৰাণহাট আৰক্ষীয়ে দুজন লোকক সোধপোছৰ বাবে আটক কৰিছে ৷

  • মৰাণৰ ডোমৰদলং চাহ বাগিচাত অঘটন ৷
  • শনিবাৰে নিশা মৰাণৰ সমীপৰ ডোমৰ দলং চাহ বাগিচাৰ জুটুলিটিং শাখাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Mysterious murder case at Moran)
  • এজন যুৱকক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে কোনো লোকে ৷
  • নিহত যুৱকজন জুটুলিটিঙৰ প্ৰবীণ মাঝি বুলি চিনাক্ত কৰা হৈছে ।
  • এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷
  • কিন্তু কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.