ETV Bharat / state

বন্যহস্তীৰ আক্ৰমণত নাহৰকটীয়াত মৃত্যু এজন ব্যক্তিৰ

author img

By

Published : Sep 10, 2022, 5:29 PM IST

বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন ব্যক্তিৰ (Wild elephant attack) ৷ নাহৰকটীয়াৰ অসম অৰুণাচল সীমান্তৰ নামচাং চাহ বাগিচাৰ পুৱেৰুণ বস্তিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা ব্যক্তিজনৰ নাম বন্ধন ওৰাং বুলি জানিব পৰা গৈছে ৷

Man killed in wild elephant attack in Naharkatia
বন্যহস্তীৰ আক্ৰমণত নাহৰকটীয়াত মৃত্যু এজন ব্যক্তিৰ

  • অসম অৰুণাচল সীমান্তত শোকাৱহ ঘটনা
  • বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন ব্যক্তিৰ (Wild elephant attack)
  • নাহৰকটীয়াৰ অসম অৰুণাচল সীমান্তৰ নামচাং চাহ বাগিচাৰ পুৱেৰুণ বস্তিত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো
  • বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা ব্যক্তিজনৰ নাম বন্ধন ওৰাং বুলি জানিব পৰা গৈছে
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত বন বিভাগ আৰু আৰক্ষীৰ দল
  • উদ্ধাৰ কৰা মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা আৰক্ষীৰ
  • খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি বন্যহস্তীয়ে প্ৰায়ে উপদ্ৰৱ চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ (Man Elephant conflict)
  • দীৰ্ঘদিনৰে পৰা বন্যহস্তীৰ উপদ্ৰৱ চলি থকাক অতিষ্ঠ গাঁওখনৰ ৰাইজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.