ETV Bharat / state

ডিব্ৰুগড়ত জঘণ্য ঘটনাঃ ধৰ্ষণ কৰি হত্যা 21 বছৰীয়া যুৱতীক !!

author img

By

Published : Aug 17, 2019, 11:22 PM IST

ডিব্ৰুগড়ত ধৰ্ষণ কৰি হত্যা যুৱতীক

ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাত এগৰাকী 21 বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে ৷

ডিব্ৰুগড়, 17 আগষ্ট :
ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাত এগৰাকী 21 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷
পৰিয়াল আৰু স্থানীয় লোকৰ অভিযোগ অনুসৰি, যুৱতী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে ৷
বিচিপিএলত কামৰ সূত্ৰে যুৱতী গৰাকীয়ে পুৱা 6.30 বজাত ঘৰৰ পৰা ওলাই গৈছিল ৷
5 নং লাইনেৰে ঘৰলৈ ঘূৰি অহাৰ পথত এই জঘন্য কাণ্ড সংঘটিত ৷
সেই স্থানত কাম কৰি থকা লোকে প্ৰত্যক্ষ কৰে যুৱতী গৰাকীৰ মৃতদেহ ৷
ইতিমধ্যে পৰিয়ালবৰ্গই বৰবৰুৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷
আৰক্ষী বিভাগে তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ডিব্ৰুগড়ত ধৰ্ষণ কৰি হত্যা যুৱতীক
Intro:Body of a 21 year-old girl found in Barbaruah Tea Estate today.

As alleged by the family members and local residents the girl was raped and murdered.

The girl came out of her residence at 3 No. line of the tea garden at about 6:30am this morning for her duty at BCPL township. As usual she came today through the No.5 line of the garden using the short cut. The tea labourers plucking green leaves noticed the body near a drain in 5 No. line. Immediately the news spread in the garden.

The family members has lodged FIR at Barbaruah PS alleging it as murder after rape.

Police has started investigation and sending the body for post mortem.Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.