ETV Bharat / state

গোলকগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

author img

By

Published : Oct 18, 2019, 3:19 PM IST

দুষ্প্ৰাপ্য বনৰৌ

গোলকগঞ্জৰ ছাগলীয়াত উদ্ধাৰ এটা বনৰৌ ৷ মনিম আহমেদ নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ হৈ বনৰৌটো ৷

গোলকগঞ্জ, 18 অক্টোবৰ: গোলকগঞ্জৰ ছাগলীয়াত বন বিভাগৰ অন কেমেৰা অভিযান ৷ শুকুৰবাৰে পুৱাৰে পৰা বন বিভাগে চলোৱা অভিযানত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য বৃহৎ আকাৰৰ বনৰৌ ৷ ছাগলীয়া বন বিভাগে গোপন সূত্ৰৰ আধাৰত দণ্ডাধীশৰ উপস্থিতিত ছোটোগুমাত মনিম আহমেদ নামৰ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ীৰ বাসগৃহত অভিযান চলায় উদ্ধাৰ কৰে বনৰৌটো ৷

গোলকগঞ্জত দুষ্প্ৰাপ্য বনৰৌ

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মনিম আহমেদ নামৰ লোকজনে বিভিন্ন স্থানৰ পৰা বনৰৌ আনি কোনো আন্ত:ৰাষ্ট্ৰীয় গোটৰ স'তে কলা ব্যৱসায়ত লিপ্ত হৈ থকাৰ কথা প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি চোৰাং বজাৰত জব্দাকৃত বনৰৌটোৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা বুলি জানিব পৰা গৈছে ৷

Intro:দুস্পাপ্য বন ৰৌ ৰ চোৰাং কাৰবাৰৰ ভুসৰ্গ লৈ পৰ্য্যবসিত অসম বংগ সীমান্ত ৷ চোৰাং ব্যৱসায়ীয়ে নিজ বাসগৃহতে ৰাখি চলাইছে অবৈধ কলা বেহা ৷ শুক্ৰবাৰে বন বিভাগে অন কেমেৰা বৃহত আকাৰৰ বন ৰৌ উদ্ধাৰ কৰাৰ ৰ পিছত পোহৰলৈ আহিছে এটাৰ পিছত আনটো ন ন তথ্য ৷৷



Body:দুস্পাপ্য বন ৰৌ ৰ চোৰাং কাৰবাৰৰ ভুসৰ্গ লৈ পৰ্য্যবসিত অসম বংগ সীমান্ত ৷ চোৰাং কাৰবাৰীয়ে নিজ বাসগৃহতে ৰাখি প্ৰেৰন কৰে কলা বজাৰলৈ ৷ শুক্ৰবাৰে বন বিভাগে অন কেমেৰা বৃহত আকাৰৰ বন ৰৌ উদ্ধাৰ কৰাৰ ৰ পিছত পোহৰলৈ আহিছে এটাৰ পিছত আনটো ন ন তথ্য ৷৷




V/O -গোলকগঞ্জৰ ছাগলীয়াত বন বিভাগৰ অন কেমেৰা অভিযান ৷ শুক্ৰবাৰে পূৱাৰে পৰা চলোৱা অভিযানত অন কেমেৰা উদ্ধাৰ হল দুস্পাপ্য বৃহত আকাৰৰ এই বন ৰৌ টো ৷ ছাগলীয়া বন বিভাগে গোপন সুত্ৰৰ আধাৰত দণ্ডাধীশৰ উপস্হিতিত ছোটোগুমাত মনিম আহমেদ নামৰ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ীৰ বাসগৃহত এনেদৰে চলালে অভিযান ৷ ঘৰৰ গেটৰ তলা ভাঙি দণ্ডাধীশ, আৰক্ষী বন বিভাগ সোমাল এই ঘৰটোত ৷ উদ্ধাৰ কৰিলে বন ৰৌ ৷ দীৰ্ঘদিন ধৰি বিভিন্ন স্থানৰ পৰা বনৰৌবোৰ আনি এইদৰে জমা কৰা হৈছিল ঘৰটোত| আৰু ইয়াপ পৰা প্ৰেৰন কৰে কলা বজাৰলৈ ৷ এয়া ছাগলীয়া বন বিভাগৰ সফল অভিযান আৰু অভিযানত উদ্ধাৰ এই বন ৰৌ ৷ চোৰাং বজাৰত বজাৰ মুৃূল্য প্ৰায় 20 লাখ টকা ৷৷

byte ১ - স্থানীয় ৰাইজ
Conclusion:প্ৰদীপ কুমাৰ সেন
গোলকগঞ্জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.