ETV Bharat / state

জীয়াঢল নদীত নিখোজ দুই যুৱক

author img

By

Published : Aug 23, 2020, 4:43 AM IST

শনিবাৰে খানা খাবলৈ গৈ জীয়াঢল নদীত নিখোজ হয় দুই যুৱক ৷ নদীত গা ধুবলৈ নমাৰ সময়তে নিখোজ হয় যুৱক দুজন ৷

জীয়াঢল নদীত  নিখোজ  দুই যুৱক
জীয়াঢল নদীত নিখোজ দুই যুৱক

ধেমাজি, 22 আগষ্ট : ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ অসম-অৰুণাচল সীমান্তৰ পাহাৰ সমীপৱৰ্তী জীয়াঢলমুখত শনিবাৰে খানা খাবলৈ গৈ জীয়াঢল নদীত নিখোজ হয় দুই যুৱক ৷ জানিব পৰা মতে অৰিন্দম বৰুৱা ,আৰু ভূপেন নৰহ নামৰ দুই যুৱকে বন্ধ বাৰৰ বাবে জীয়াঢল নদীৰ জীয়াঢল মুখত খানা খাবলৈ আহিছিল ৷ নদীত গা ধুবলৈ নমাৰ সময়তে নিখোজ হয় যুৱক দুজন ৷ ইতিমধ্যে ঘটনাস্থলীত ধেমাজি সদৰ থানাৰ আৰক্ষী বিষয়াসহ আৰু SDRF বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

জীয়াঢল নদীত নিখোজ দুই যুৱক

লগতে পঢ়ক : কি হ'ব বঙালী ৰাজনৈতিক দলৰ ভৱিষ্যৎ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.