ETV Bharat / state

জোনাইত ট্ৰেক্টৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত যুৱক

author img

By

Published : Dec 18, 2019, 2:11 AM IST

সমগ্ৰ দেশজুৰি সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল হৈ থকাৰ সময়তে সোমবাৰৰ নিশা জোনাইত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন বাইক আৰোহী যুৱক ৷

One man died in road accident at Jonai
জোনাইত ট্ৰেক্টৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত যুৱক

জোনাই ১৭,ডিচেম্বৰঃ সমগ্ৰ দেশজুৰি সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল হৈ থকাৰ সময়তে সোমবাৰৰ নিশা জোনাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জোনাই সীমান্ত ৰুকচিনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন বাইক আৰোহী যুৱক ৷ যুৱকজন জোনাইৰ কেমি গাঁৱৰ পেং পাৱ পুত্ৰ জুলিয়াছ পাৱ বুলি জানিব পৰা গৈছে ৷ জোনাইৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ জুলিয়াছ পাৱৰ এনে মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

আৰু পঢ়ক নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

Intro:Body:জোনাই ত ট্ৰেক্টৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত যুৱক

জোনাই ১৭ ডিচেম্বৰ
সমগ্ৰ দেশজুৰি সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল হৈ থকাৰ সময়তে সোমবাৰৰ নিশা জোনাইত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা৷ জোনাই সীমান্ত ৰুকচিন ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন বাইক আৰোহী যুৱকৰ৷ যুৱক জন জোনাইৰ কেমি গাঁৱৰ পেং পাৱ পুত্ৰ জুলিয়াছ পাৱ বুলি জানিব পৰা গৈছে৷ জোনাইৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ জুলিয়াছ পাৱৰ এনে মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

কৰবী দলেConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.