ETV Bharat / state

চিয়াঙৰ বাঢ়নী পানীত ছিগিল মথাউৰি

author img

By

Published : Jul 14, 2019, 4:12 PM IST

চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি

বানত আবদ্ধ হৈ পৰা ৪৯ টা পৰিয়ালক জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰে । মথাউৰি ছিঙাৰ ফলত ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে । যাৰ ফলত বানাক্ৰান্তসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

জোনাই,১৪জুলাই : ভয়ংকৰ বানে তাণ্ডৱ চলাইছে জোনাইত । জোনাইৰ বেৰাচাপৰিৰ ৰাভা কাঠনিত চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিগালে মথাউৰি । বানত আবদ্ধ হৈ পৰা ৪৯ টা পৰিয়ালক জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰে । মথাউৰি ছিঙাৰ ফলত ২০খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে । যাৰ ফলত বানাক্ৰান্তসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি


আনহাতে, চিয়াং নদীৰ বানত আবদ্ধ হৈ খাদ্য সংকটত ভুগি থকা কবু চাপৰিৰ ৫৫৭ পৰিয়ালৰ ৩২৭৪ গৰাকী বন্যাৰ্তক বৰ্তমানেও যোগান ধৰিব পৰা সাহাৰ্য । যাৰ বাবে বানাক্ৰান্তসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।

Intro:nullBody:জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি :: বানত আৱদ্ধ হৈ থকা ৪৯ টা পৰিয়ালৰ লোকক জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখা হৈছে আশ্ৰয় শিবিৰ স্থাপন কৰি
জোনাই ১৪ জুলাই
জোনাইৰ বেৰাচাপৰিৰ ৰাভা কাঠনিত সন্ধিয়া চিয়াং নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি |চিঙা মথাউৰিৰে হুৰহুৰকৈ পানী সোমাই অধিক ভয়ংকৰ বান পৰিস্থিতি সৃষ্টি কৰে ২০ খনৰো অধিক গাঁৱৰ বৰ্ণাত্যৰ মাজত | ৰাভা কাঠনি চিয়াং নদীৰ বানে মথাউৰি ভাঙি ফেনে ফুটুকাৰে পানী সোমাই অহাত কেওপিনে হাহাকাৰ আৰু আতংকিত হৈ পৰে বৰ্ণাত্যই| বানত গছ উভালি বিধ্বস্ত কৰে কেইবাখনো ঘৰ| বানে উঠুৱাই নিয়ে শ শ পোহনীয়া হাঁহ কুকুৰা, গাহৰি আদি| ইফালে মালভোগ ৰাভা কাঠনিৰ ৰয় পৰা নিশা বানত আৱদ্ধ হৈ থকা ৪৯ টা পৰিয়ালৰ লোকক জোনাই মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰখা হৈছে আশ্ৰয় শিবিৰ স্থাপন কৰি | নতুনকৈ স্থাপন কৰা শিবিৰটোত কণ কণ মাজত দেখা দিছে জ্বৰ, কাহ, বমি আদি ৰোগ|  ইফালে যোৱা প্ৰায় এসপ্তাহে চিয়াং নদীৰ বানত আবদ্ধ হৈ খাদ্য সংকটত ভুগি থকা কবু চাপৰিৰ ৫৫৭ পৰিয়ালৰ ৩২৭৪ গৰাকী বৰ্ণাত্যক চিয়াং নদীৰ প্ৰৱল সোঁত আৰু ঘণ কোঁৱলীৰ বাবে কেইবাবাৰো চেষ্টা কৰাৰ  পিছটো মহকুমা প্ৰশাসনে আজিও কবু চাপৰিলৈ নিব পৰা নাই খাদ্য সামগ্ৰী আদি| যোৱা ৩ দিন ধৰি চিয়াং নদীৰ পাৰতে  ফেৰীতে আৱদ্ধ খাদ্য সামগ্ৰী সমূহ |

কৰবী দলে জোনাই Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.