Dhula Murder Case: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ

author img

By

Published : Nov 7, 2022, 6:08 PM IST

Updated : Nov 7, 2022, 6:30 PM IST

three-doctors-of-mangaldoi-civil-hospital-arrested-in-dhula-murder-case
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক গ্ৰেপ্তাৰ ()

সোমবাৰে গ্ৰেপ্তাৰ হ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিজন চিকিৎসক (Three doctors of Mangaldoi Civil Hospital arrested) ৷ ধূলা থানাৰ অন্তৰ্গত আদিবাসী বনকৰা যুৱতীৰ মৃত্যুৰ ভুৱা মৰণোত্তৰৰ ৰিপৰ্ট দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসককেইজন (Dhula murder case) ৷

  • গ্ৰেপ্তাৰ হ’ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিজন চিকিৎসক (Three doctors of Mangaldoi Civil Hospital arrested)
  • ধূলা থানাৰ অন্তৰ্গত এগৰাকী আদিবাসী বনকৰা যুৱতীৰ মৃত্যুৰ ভুৱা মৰণোত্তৰৰ ৰিপৰ্ট দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসককেইজন (Dhula murder case)
  • গ্ৰেপ্তাৰ হোৱা তিনি চিকিৎসক ক্ৰমে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈ
  • গুৱাহাটীৰ পৰা SITৰ দলে গ্ৰেপ্তাৰ কৰে তিনিওজন চিকিৎসকক
  • সোমবাৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতে দুদিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে চিকিৎসককেইজনক
Last Updated :Nov 7, 2022, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.