ETV Bharat / state

মঙ্গলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা !

author img

By

Published : Oct 24, 2020, 8:07 PM IST

মঙ্গলদৈৰ পুণিয়া পেট্ৰল ডিপোৰ সমীপত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হৈছে তিনিজন লোক ৷

darrang-accident
মঙ্গলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা !

দৰং, 24 অক্টোবৰ : মঙ্গলদৈৰ পুণিয়া পেট্ৰল ডিপোৰ সমীপত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হৈছে তিনিজন লোক ৷ আহত লোক কেইজন ক্ৰমে, মোৱামৰিৰ ৰঘু মণ্ডল(৩৭) বেজপাৰাৰ ৰিংকু মণি চহৰীয়া (৩০) আৰু প্ৰাণজিৎ বৰুৱা বুলি জানিব পৰা গৈছে।

darrang-accident
মঙ্গলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা !

আহত লোক কেইজন পৰৱৰ্তি সময়ত উপস্থিত ৰাইজ আৰু আৰক্ষীৰ সহযোগত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰে ৰঘু মণ্ডল নামৰ লোকজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশত 13 বছৰীয়া কিশোৰীক বলাৎকাৰৰ অপচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.