গেষ্ট হাউছত চাকৰিৰ মুকলি বেহা কৰা আৰু এজনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 13, 2022, 10:17 PM IST

গেষ্ট হাউছত চাকৰিৰ মুকলি বেহা কৰা আৰু এজনক গ্ৰেপ্তাৰ

জলসিঞ্চন বিভাগৰ চাকৰিৰ নামত দালালি কৰা আৰু এজনক গ্ৰেপ্তাৰ ৷ কুঁহিৰাম ডেকা নামৰ আন এটা দালালক গ্ৰেপ্তাৰ (Broker arrested in Darrang)৷

  • চাকৰিৰ নামত দালালি কৰা আৰু এজনক গ্ৰেপ্তাৰ(Broker arrested in Darrang)
  • কুঁহিৰাম ডেকা নামৰ আৰু এটা দালালক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ
  • গুৱাহাটীৰ গেষ্ট হাউছত চাকৰিৰ মুকলি বেহা কৰিছিল কুঁহিৰাম ডেকাই
  • পিংকু বৰুৱা নামৰ এজন সাংবাদিকো সোধা-পোছাৰ বাবে আটক(Assam recruitment broker)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.