ETV Bharat / state

চিৰাঙত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

author img

By

Published : Mar 14, 2021, 8:53 PM IST

বিজনীত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বিজনীৰ বাঘমাৰাত অভিযানত চলাই ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

চিৰাঙত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক
চিৰাঙত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক

চিৰাং,14 মাৰ্চ: চিৰাঙৰ বিজনীত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বিজনীৰ বাঘমাৰাত অভিযানত চলাই ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

আটক কৰা দুজন ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে- চিৰাঙৰ ভাউৰাগুৰীৰ ৰাজকুমাৰ সৰকাৰ আৰু দক্ষিণ মাক্ৰাৰ ৰিয়াজুল আলী । সৰবৰাহকাৰী দুজনৰ পৰা দুটা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ, ৭০ টা খালী কণ্টেনাৰ, ম’বাইল আদি জব্দ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ত: এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.