Man died in train collision : মৰাণত ইউ.পি নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত অচিনাক্ত ব্যক্তি

author img

By

Published : Dec 23, 2022, 3:12 PM IST

Man died in UP Nagaland Express collision

শুকুৰবাৰে চৰাইদেউৰ মৰাণত সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা (Man died in train collision) ৷ মৰাণত ইউ.পি নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত এজন অচিনাক্ত ব্যক্তি (Man died in train collision at Moran in Charaideu) ৷ বৰ্তমান ব্যক্তিজনৰ মৃতদেহটো জয়সাগৰ চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

  • চৰাইদেউত অঘটন
  • শুকুৰবাৰে চৰাইদেউৰ মৰাণত সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা (Train accident at Moran)
  • ইউ. পি নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় এজন ব্যক্তিৰ (Man died in UP Nagaland Express collision)
  • মৰাণ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হোৱা এই দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিজনৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে (Man died in train collision at Moran in Charaidew)
  • ব্যক্তিজনে ৰুলিং চাৰ্ট আৰু জিনছ পেন্ট পৰিধান কৰি আছিল বুলি জানিবলৈ দিয়ে ৰে’ল আৰক্ষীয়ে
  • বৰ্তমান ব্যক্তিজনৰ মৃতদেহটো জয়সাগৰ চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.