ETV Bharat / state

পেট্ৰ'লৰ মূল্য হ্ৰাস,পৰিৱৰ্তন নাই ডিজেলৰ মূল্যত

author img

By

Published : May 6, 2019, 12:54 PM IST

পেট্ৰলৰ মূল্য হ্ৰাস, পৰিবৰ্তন নাই ডিজেলৰ মূল্যত

গুৱাহাটী মহানগৰীত সোমবাৰে পেট্ৰ'লৰ মূল্য ০.৭ টকা হ্ৰাস পোৱাত ৭২.৫৬ টকা আৰু ডিজেলৰ মূল্য ৬৭.১২ টকা হ'ল ৷

গুৱাহাটী, 6 মে': সোমবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই ।

পেট্ৰলৰ মূল্য হ্ৰাস, পৰিবৰ্তন নাই ডিজেলৰ মূল্যত

পেট্ৰ'লৰ মূল্য ০.৭ টকা হ্ৰাস পোৱাত ৭২.৫৬ টকা আৰু ডিজেলৰ মূল্য ৬৭.১২ টকা হৈ আছে ৷

Intro:আজি পেট্ৰলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলৰ
মূল্য কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই।






Body:আজি পেট্ৰলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলৰ
মূল্য কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই। আজি পেট্ৰলত ০৭ পইছাকৈ হ্ৰাস পালে । আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭২.৫৬ (72.56) টকা আৰু ডিজেলৰ মূল্য ৬৭.১২ (67.12) টকা।


Byte 1




Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.