ETV Bharat / state

কাছাৰত পথৰ আধাৰশিলা স্থাপন বিধায়ক কিশোৰ নাথৰ

author img

By

Published : Dec 5, 2020, 9:01 AM IST

শুকুৰবাৰে কাছাৰ জিলাৰ বৰখলা নির্বাচনী চক্রত পথৰ আধাৰশিলা স্থাপন বিধায়ক কিশোৰ নাথৰ ৷ বিজেপি চৰকাৰ অহাৰ পাচত এই উন্নয়ন সম্ভৱ হ’ব বুলি মন্তব্য বিধায়ক গৰাকীৰ ৷

Gangapur road construction foundation
কাছাৰত পথৰ আধাৰশিলা স্থাপন বিধায়ক কিশোৰ নাথৰ

শিলচৰ,5 ডিচেম্বৰ : কাছাৰ জিলাৰ বৰখলা নির্বাচনী চক্রত শুকুৰবাৰে এটা চৰকাৰী প্রকল্পৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কিশোৰ নাথে ৷ বৰখলা সমষ্টিৰ জাৰয়লতলা ৰানীফেৰি পইণ্টত গংগাপুৰ পথটোৰ আধাৰশিলা স্থাপন কৰি উন্নয়ন কাম আৰম্ভ কৰিছে বিধায়কগৰাকীয়ে ৷

Gangapur road construction foundation
কাছাৰত পথৰ আধাৰশিলা স্থাপন বিধায়ক কিশোৰ নাথৰ

পূৰ্বৰ বিধায়কসকলে মাত্ৰ আধাৰশিলা উন্মোচন কৰিয়েই দায়িত্ব সামৰিলে । বিজেপি চৰকাৰ অহাৰ পাচত এই উন্নয়ন বাস্তৱত ৰূপায়িত হৈ আছে বুলি মন্তব্য কৰে বিধায়ক কিশোৰ নাথে ।

লগতে পঢ়ক : ভাৰতীয় সেনাৰ আধাৰত নিৰ্মিত 'কামাণ্ডো' বোলছবিৰ গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.