ETV Bharat / state

বৰাকত উদ্ধাৰ দুই নিখোজ শিশুৰ মৃতদেহ

author img

By

Published : Aug 24, 2019, 7:51 PM IST

বৰাক নদীত উদ্ধাৰ কাছাৰৰ লক্ষিমপুৰৰ নিখোজ হৈ থকা দুটি শিশুৰ মৃতদেহ

বৰাকত উদ্ধাৰ দুটা নিখোজ শিশুৰ মৃতদেহ

  • কাছাৰৰ লক্ষিমপুৰৰ বৰাকত নিখোজ হৈ থকা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ
  • শুকুৰবাৰে গা ধুবলৈ গৈ বৰাক নদীত নিখোজ হৈছিল আফসানা বেগম আৰু সাহানাৰা বেগম দুটি কন্যা শিশু
  • মৃত আফসানা বেগম আৰু সাহানাৰা বেগম ৰিয়াজ উদ্দিন আৰু ইসাম উদ্দিনৰ কন্যা
  • আৰক্ষী আৰু এছডিআৰএফৰ যৌথ অভিযানত শনিবাৰে বৰাক নদীত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ
  • ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ মৃতদেহ দুটা
    বৰাকত উদ্ধাৰ দুটা নিখোজ শিশুৰ মৃতদেহ
Intro:Body:কাছাৰৰ লক্ষিমপুৰত শুক্ৰবাৰ ১টা বাজতে গা ধুবলৈ গৈ বৰাক নদীত নিখোজ এজন ২ নিখোজ শিশু উদ্ধাৰ৷ শিশু গৰাকীৰ নাম আফসানা বেগম(১২),সাহানাৰা বেগম(১১)৷জানিব পৰা মতে শুক্ৰবাৰ স্থানীয় ৰিয়াজ উদ্দিন আৰু ইসাম উদ্দিনৰ দুই ছোৱালী গা ধুবলৈ যাওঁতে ঘটনাটো হল ৷ পিছত পৰিবাৰৰ লোকজন থানাত জনালে সঙ্গে সঙ্গে আৰক্ষী অভিযান চলালে শনিবাৰ তেওঁলোকৰ লাশ উদ্ধাৰ কৰে মৰনোত্তৰ পৰিক্ষাৰ বাৰে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হয় ৷Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.