ETV Bharat / state

Police firing at Biswanath: বিশ্বনাথত অভিযুক্তলৈ আৰক্ষীৰ গুলী

author img

By

Published : Oct 20, 2022, 2:07 PM IST

Police firing at Biswanath Charial
বিশ্বনাথ চাৰিআলিত অভিযুক্তলৈ আৰক্ষীৰ গুলীচালনা

বিশ্বনাথ চাৰিআলিৰ গোৱালতলীত (Police firing at Gowaltali) অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ গুলীচালনা । দৌৰি পলাৱলৈ চেষ্টা কৰোতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ পিছত আৰক্ষীয়ে অভিযুক্তজনক গ্ৰপ্তাৰ কৰে ।

  • বিশ্বনাথ চাৰিআলিৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ চতিয়া (Chootea police firing at Biswanath Chariali) আৰক্ষীয়ে চলালে গুলী ৷
  • জাগিৰ আলী নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে কৰিলে গুলীচালনা ৷
  • জাগিৰে দৌৰি পলাবলৈ চেষ্টা কৰোতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷
  • অপহৰণৰ গোচৰত অভিযুক্ত জাগিৰ আলী ৷
  • চতিয়াৰ চৰাইজনীয়া গাঁৱৰ এগৰাকী যুৱতীক (police fired to kidnapped accused) অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত জাগিৰ ৷
  • দীৰ্ঘদিন ধৰি পলাই আছিল জাগিৰ ৷
  • পিছত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে জাগিৰক ৷

লগতে পঢ়ক: Burmese Supari seized: কৰিমঞ্জত বৃহৎবৃ পৰিমাণৰ বাৰ্মিজৰ্মি চুপাৰি জব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.