ETV Bharat / state

Road accident in Barpeta: পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী, আহত তিনিজন

author img

By

Published : Dec 13, 2022, 12:27 PM IST

বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ সোমবাৰে নিশা ভেল্লা গাঁৱৰ মাদ্ৰাছাৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুখন চাৰিচকীয়া বাহন আৰু এখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহীজন ৷

Youth killed in a road accident in Barpeta
পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী, আহত তিনিজন

  • বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Barpeta)
  • সোমবাৰে নিশা ভেল্লা গাঁৱৰ মাদ্ৰাছাৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো
  • দুখন চাৰিচকীয়া বাহন আৰু এখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ
  • ফলত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহীজন
  • নিহত আৰোহীজন বৰপেটাৰ বৰবিলা গাঁৱৰ নিতুল শৰ্মা ওৰফে বাবলু
  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে চাৰিচকীয়া বাহনত থকা আন তিনিজন যাত্ৰীও
  • আহত সকলক সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.